Bharat Sarkar v. Rajiv Khan

Supreme Court of India · 16 Jan 2023 · 2023 INSC 41
M. R. Shah; C. S. Rajah
Criminal Appeal No 172 of 2023
2023 INSC 41
administrative appeal_dismissed Significant

AI Summary

The Supreme Court upheld the denial of nursing allowance to BSF nursing assistants, distinguishing them from Armed Forces Nursing Service personnel based on qualifications and duties.

Full Text
Translation output
পৃ া নং-১-১০
[ਜ਼িতেবদনেযাগ੅]
ভাৰতৰ উઔতম ন੅ায়ালয়
ৠদৱানী আপীল অিধকাৰে੾੕
ৠদৱানী আপীল নং ১৭২/২০২৩
িবেশষ অনুমিত আেবদন(ৠদৱানী)নং ৮০৮৩/২০২২
ভাৰত চৰকাৰ আৰু অন੅ান੅........ আপীলকাৰী
বনাম
ৰাজীৱ খান আৰু অন੅ান੅........... ਜ਼িতবাদী
ৰায়
এম.আৰ. াহ, ৠজ.
১.২০২১ চনৰ ডি উ এ নং ৩০৫ত ৠগৗহা উઔ ন੅ায়ালেয় ০২.১১.২০২১ তািৰেখ
মহামান੅ এজনীয়া িবচাৰপীেঠ ৠলখ আেৱদন ੉হণ কিৰ মূল ৠলখ আেৱদনকাৰীসকল
নািছਐং ভাતাৰ অিধকাৰী বুিল ਜ਼দান কৰা ৰায়ত হ ে੾প নকৰাৈক ভাৰত চৰকাৰ
আৰু অন੅ান੅ৰ াৰা দািখল কৰা আেবদনখন খািৰজ কৰা িববািদত ৰায় আৰু
2023 INSC 41
আেদশত ৠ੾ািভত আৰু অস অনুভৱ কিৰ ভাৰত চৰকাৰ আৰু অন੅ান੅সকেল
বতਐ মানৰ আেবদনখন দািখল কিৰেছ।
২.এই ৠগাচৰৰ ਜ਼িতবাদী সকেল সীমা সুৰ੾া বািহনীৰ অধীনত িবিভ িচিকৎসালয়ত
নািছਐং সহায়ক িহচােপ কাম কিৰ আেছ। ৠতওঁেলাক সকেলােক 'িচিকৎসালয়ৰ ৠৰাগী
ষাৰ ভাતা' পিৰেশাধ কৰা ৡহিছল।মূল ৠলখ আেৱদনকাৰীসকলৰ মেত, াফ
নাছਐসকলক ਜ਼দান কৰাৰ দেৰ ৠতওঁেলােকা নািছਐং ভাતাৰ অিধকাৰী।ৠসেয়েহ, উઔ
ন੅ায়ালয়ৰ স ুখত এখন ৠলখ আেৱদন দািখল কৰা ৡহিছল।আপীলকাৰীসকেল নািছਐং
কমਐচাৰীৰ সমতু ল੅ভােৱ নািছਐং ভাતা দাবী কৰা মূল ৠলখ আেৱদনকাৰীসকলৰ দাবীৰ
এইবুিল িবেৰািধতা কিৰিছল ৠয ৠতওঁেলাকক 'িচিকৎসালয় ৠৰাগী ষাৰ ভাતা' িহচােপ
পিৰিচত িবেশষ ভাતা পিৰেশাধ কৰা ৡহেছ আৰু ৠতওঁেলাক াফ নাছਐ িহচােপ ৠযাগ੅
নহয় বােব নািছਐং ভাતাৰ অিধকাৰী নহয়। অৱেশ੅, মহামান੅ এজনীয়া িবচাৰ পীেঠ
আপীলকাৰী িবএছএফসকলৰ আপি ক অ ীকাৰ কিৰ কয় ৠয ৠলখ আেবদনকাৰীসকেল
পালন কৰা দািয় সমূহ াফ নাছਐসকেল পালন কৰা দািয় সমূহৰ ৡসেত এেক। ৠতওঁ
এইবুিল ম ব੅ িদিছল ৠয িশ੾াগত অহਐ তা নািছਐং ভাતা অ ীকাৰ কৰাৰ এক িভি
হ'ব ৠনাৱােৰ।ফল ৰূেপ, মহামান੅ এজনীয়া িবচাৰপীেঠ ৠলখ আেৱদনখনৰ অনুমিত
িদিছল।িযেহতু উઔ ন੅ায়ালয়ৰ খ িবচাৰপীঠৰ স ুখত আপীলকাৰীসকেল কৰা
আেবদন িবেৰািধত ৰায় আৰু আেদশৰ াৰা খািৰজ কৰা ৡহেছ, ৠসেয়েহ, বতਐ মানৰ
আেবদনখন দািখল কৰা ৡহেছ।
২.১ িবઝ এ.ছ.িজ মতী মাধৱী িদৱােন দৃঢ়ভােৱ যুিੵ ਜ਼দশਐন কিৰেছ ৠয ৠগাচৰেটাত
উઔ ন੅ায়ালেয় মূল ৠলখ আেৱদনকাৰী নািছਐং সহায়কসকল াফ নাছਐৰ সমান নািছਐং
ভাતাৰ অিধকাৰী বুিল মত ৠপাষণ কিৰ ৰুতৰ ভু ল কিৰেছ।
২.২ যুিੵ দািঙ ধৰা ৡহেছ ৠয যিদ াফ নাছਐসকলৰ অহਐ তাৰ কথা আিহ পেৰ, ই ৡহেছ
চািৰ বছৰীয়া পাঠ੅੆ম আৰু যিদ নািছਐং সহায়কসকলৰ কথাৈল মন কৰা হয়, ৠতওঁেলােক ৠকৱল এবছৰীয়া পাঠ੅੆ম স ূণਐ কিৰেছ িযেটা নািছਐং সহায়ক পদৰ বােব
ਜ਼েয়াজনীয় অহਐ তা। এইেটা যুিੵও দািঙ ধৰা হয় ৠয, িযেহতু মূল ৠলখ আেবদনকাৰী
নািছਐং সহায়কসকল িশ੾াগত অহਐ তা পৃথক ৠহাৱাৰ বােব াফ নাছਐ িহচােপ িনযুিੵ
পাবৰ বােব ৠযাগ੅ নহয় ৠসেয়েহ ৠতওঁেলােক াফ নাছਐৰ সমান নািছਐং ভাતা দাবী
কিৰব ৠনাৱােৰ।
২.৩ ইয়াৰ লগেত যুিੵ দািঙ ধৰা ৡহেছ ৠয উઔ ন੅ায়ালেয় এই কথােটা স੭কভােৱ
পযਐেব੾ণ কৰা নাই ৠয িবএছএফৰ নািছਐং সহায়কসকলৰ ਜ਼েয়াজনীয় অিভઝতা নাই
আৰু নািছਐং সহায়ক ৠকডাৰৰ বােব মা੕ ৬ মাহৰ ৠযাগ੅তা অজ
ਐ ন কিৰেছ আৰু িপছত
ৠতওঁেলাকক িবএছএফ ৠপৰা ৠমিডেকল ৠছট আপত ৰখা ৡহেছ।লগেত নািছਐং
সহায়কসকলেৰা ৰািজ੅ক নািছਐং পিৰষদ আৰু ভাৰতীয় নািছਐং পিৰষেদ ਜ਼দান কৰা
ৠকােনা পડীয়ন ਜ਼মাণ প੕ নাই আৰু ৠসেয়েহ, ৠতওঁেলাকৰ হাতত াফ নাছਐৰ সমতু ল੅
নািছਐং ভাતা লাভ কিৰবৈল ਜ਼েয়াজনীয় অহਐ তা আৰু অিভઝতা নাই।
২.৪ এএছিজ মতী মাধৱী িদৱােন পুনৰ যুিੵ দািঙ ধিৰেছ ৠয উઔ ন੅ায়ালেয় নািছਐং
সহায়কসকলক নািছਐং ভাતা ਜ਼দান নকৰাৰ ৠ੾੕ত িশ੾াগত অহਐ তা এক িভি হ'ব
ৠনাৱােৰ বুিল মত ৠপাষণ কিৰ ভু ল কিৰেছ।এই ন੅ায়ালেয় ইয়াৰ ਜ਼াসংিগক ৠগাচৰত
মত ৠপাষণ কিৰেছ ৠয িশ੾াগত অহਐ তা, অিভઝতা আৰু কতਐ ব੅ৰ ওপৰত িভি কিৰ
িবিভ দৰমহাৰ ৠ লৰ িবভাজনৰ িস া ৠলাৱাত অনুমিত ਜ਼দান কিৰব পািৰ।এই
ৠ੾੕ত পડাৱ ৰািজ੅ক সমবায় গাখীৰ উৎপাদক ৠফডােৰচন িলিমেটড আৰু
অন੅ান੅ বনাম বলবীৰ মাৰ ৱািলয়া আৰু অন੅ান੅ (২০২১) ৮ এছিচিচ ৭৮৪;
ਜ਼াথিমক িশ੾া সટালক, উিৰষ੅া আৰু অন੅ান੅ বনাম ਜ਼েমাদ মাৰ চা , (২০১৯)
১০ এছিচিচ ৬৭৪ আৰু কমਐচাৰী ৰাজ ৱা অিভেযাগ আৰু ৠপટন সিচব িবভাগ আৰু
এ এন আৰ বনাম ੫.িভ.এল.এন. মি কাজু
ਐ ন ৰাও, (২০১৫)৩ এছ.িচ.িচ. ৬৫৩
ৠগাচৰসমূহক িভি িহচােপ ৡলেছ।
২.৫ ওপেৰাੵ যুিੵসমূহ আৰু ওপেৰাੵ িস া সমূহৰ ওপৰত িনভਐ ৰ কিৰ বতਐ মানৰ
আেবদনখনক ੉হণ কিৰবৈল ਜ਼াথਐনা জেনাৱা হয়।
৩.ਜ਼িতবাদী প੾ৰ ৡহ হািজৰ ৠহাৱা িবઝ অিধবੵাসকেল বতਐ মানৰ আেবদনখনৰ
িবেৰািধতা কিৰ কয় ৠয মূল ৠলখ আেবদনকাৰীসকেল দৃঢ়ভােৱ যুিੵ দশਐাইেছ ৠয ৰায়
ਜ਼দান কৰাৰ সময়ত মহামান੅ এজনীয়া িবচাৰপীঠখন উઔ ন੅ায়ালয়ৰ খ িবচাৰপীঠৰ
িস া ৰ ওপৰত ব পিৰমােণ িনভਐ ৰশীল আিছল আৰু এই মত ৠপাষণ কিৰিছল ৠয
িশ੾াগত অহਐ তা নািছਐং সহায়কসকলৰ নািছਐং ভাતা অ ীকাৰ কৰাৰ িভি হ’ব
ৠনাৱােৰ।
৩.১ এই যুিੵ দািঙ ধৰা ৡহেছ ৠয িযেহতু নািছਐং সহায়কসকল নািছਐং ৠসৱাৰ
অিবেગদ੅ অংশ ৡহ পিৰেছ, ৠসেয়েহ মহামান੅ এজনীয়া িবচাৰপীেঠ এই কথাত ৰু
আেৰাপ কৰােটা আৰু এই মতামত ৠলাৱােটা স੭ক আিছল ৠয নািছਐং সহায়ক আৰু
াফ নাছਐ দুেয়াটাই সাধাৰণেত নািছਐং ৠসৱাৰ অিবেગদ੅ অংশ আৰু ৠসেয়েহ, াফ নাছਐৰ
দেৰ নািছਐং সহায়কসকেলও নািছਐং ভাતা লাভ কৰাৰ অিধকাৰ আেছ। যুিੵ দেশਐাৱা
ৡহেছ ৠয, ৠযিতয়া নািছਐং সহায়ক আৰু াফ নাছਐ দুেয়া নািছਐং ৠসৱাৰ অিবেગদ੅ অংশ
আৰু এেক ধৰণৰ কতਐ ব੅ পালন কিৰব, উઔ ন੅ায়ালেয় াফ নাছਐৰ সমতু ল੅ নািছਐং
সহায়কসকলক নািছਐং ভাતা পিৰেশাধ কিৰবৈল িনেদਐশ ਜ਼দান কিৰ ৠকােনা ভু ল কৰা
নাই। ৠসেয়েহ, বতਐ মানৰ আেৱদনখন খািৰজ কিৰবৈল ਜ਼াথਐনা জেনাৱা হয়।
৪. সংি প੾সমূহৰ ৡহ যুিੵ ਜ਼দশਐন কৰা িবઝ অিধবੵাসকলৰ যুিੵ িন, এই
আদালতৰ স ুখত িবেবচনাৰ বােব এটা সৰু ਜ਼ উ ািপত ৡহেছ ৠয নািছਐং সহায়ক
আৰু াফ নাছਐ পদৰ বােব িশ੾াগত অহਐ তা পৃথক ৠহাৱা ে ও নািছਐং সহায়কসকল
াফ নাছਐৰ সমান নািছਐং ভাતাৰ অিধকাৰী হ'ব ৠন নহয়।
৪.১ উઔ ন੅ায়ালেয় এই মত ৠপাষণ কিৰেছ ৠয িশ੾াগত অহਐ তা াফ নাছਐৰ সমান
নািছਐং ভাતা অ ীকাৰ কৰাৰ ৠ੾੕ত এক িভি হ'ব ৠনাৱােৰ িকয়েনা সামি੉কভােৱ
ৠতওঁেলাকক নািছਐং ৠসৱাৰ এক অিবেગদ੅ অংশ বুিলও ক'ব পািৰ। উઔ ন੅ায়ালেয়
੉হণ কৰা এই দৃি ভংগী পડাৱ ৰািজ੅ক সমবায় গাখীৰ উৎপাদক ৠফডােৰচন
িলিমেটড (ওপৰত উে িখত), ਜ਼েমাদ মাৰ চা (ওপৰত উে িখত),)আৰু
੫.িভ.এল.এন. মি কাজু
ਐ ন ৰাও (ওপৰত উে িখত)ৰ ৠ੾੕ত এই ন੅ায়ালেয় ਜ਼দান
কৰা ৰায়ৰ িবপৰীত।
৪.২ ੫.িভ.এল.এন. মি কাজু
ਐ ন ৰাও (ওপৰত উে িখত)ৰ ৠ੾੕ত এই ন੅ায়ালেয় ল੾੅
কেৰ ৠয পদৰ ৠ੣ণীিবভাজন আৰু দৰমহাৰ গাঁথিন িনধਐাৰণ কাযਐবাহীৰ একেচ੫য়া
ৠ੾੕ৰ িভতৰত পেৰ আৰু ন੅ায়ািধকৰেণ এক িনিদਐ ৠসৱাৰ দৰমহাৰ গাঁথিন আৰু
ৠ੉ড িনধਐাৰণ কৰাত কাযਐবাহীৰ ੾মতাৰ ওপৰত আপীল কিৰব ৠনাৱােৰ। এই
ন੅ায়ালয়ৰ ৠগাচৰেটাত ন੅ায়ালেয় িবিভ িশ੾াগত অহਐ তাৰ ওপৰত িভি কিৰ িবিভ
দৰমহা ৠ ল/দৰমহাৰ গাঁথিন িনধਐাৰণ কৰা িস া েটা বাহাল ৰােখ। এই কথা ল੾੅
কৰা হয় আৰু লগেত মত ৠপাষণ কৰা হয় ৠয ডাটা এি অপােৰটৰ, ৠ੉ড িবৰ
িনযুিੵ আৰু কতਐ ব੅ আেৰাপ কৰা আেদশ িবষয়েটা িবেবচনা কিৰেল, িবিভ ৠ੣ণীত
ডাটা এি অপােৰটৰসকলক ভাগ কৰােটােৱ সংিবধানৰ অনুেગদ ১৪ আৰু ১৬ই ਜ਼দান
কৰা সমতাৰ অিধকাৰক উলংঘা নকেৰ বা ই ਜ਼িত ল বা ৠ ગাচাৰী ৡবষম੅ৰ িবৰুে
ਜ਼দান কৰা সাংিবধািনক সুৰ੾া উলংঘা নকেৰ।
৪.৩ পડাৱ ৰািজ੅ক সমবায় গাখীৰ উৎপাদক ৠফডােৰচন িলিমেটডৰ (ওপৰত
উে িখত) ৠ੾੕ত, এই ন੅ায়ালয়ৰ াৰা এইেটা কথা ল੾੅ কৰা হয় লগেত এই িস া
বাহাল ৰখা হয় ৠয ৠয িনযুিੵৰ বােব িনধਐািৰত িবিভ িশ੾াগত অহਐ তা আৰু
অিভઝতা িবিভ দৰমহা ৠ ল/দৰমহা গাঁথিনৰ ৠ੾੕ত এক িভি হ'ব পােৰ।
৪.৪ ਜ਼েমাদ মাৰ চা ৰ ৠগাচৰেটাৰ ৠ੾੕ত এই কথা ল੾੅ কৰা হয় আৰু মত
ৠপাষণ কৰা হয় ৠয কামৰ ਜ਼কৃ িত কম ৠবিছ পিৰমােণ এেক হ'ব পােৰ িক
িশ੾াগত অহਐ তা বা অিভઝতাৰ ওপৰত িভি কিৰ দৰমহাৰ পিৰমাণ পৃথক হ'ব পােৰ
আৰু ই ৠ੣ণীিবভাজনক ন੅ায়সએত কিৰ ৠতােল। লগেত এই মত ৠপাষণ কৰা হয় ৠয
িবিভ ৠগাটৰ ব੅িੵসকলৰ মাজৰ ৡবষম੅ই ৠতওঁেলাকৰ বােব 'সমান কামৰ বােব
সমান দৰমহা' নীিতৰ ਜ਼ােয়ািগকতা ৠনােহাৱা কেৰ।এই ন੅ায়ালয়ৰ ৠগাচৰেটাত, ন੅ায়ালেয়
এজন ਜ਼িশি੾ত ব੅িੵ বা উઔ অহਐ তা থকা ব੅িੵ এজনক উઔমানৰ ৠবতন ৠ ল
ਜ਼দানৰ বােব উઔ িশ੾াগত অহਐ তাৰ ওপৰত িভি কিৰ ਜ਼ ত কৰা ৠ੣ণীিবভাজনৰ
িস া েটা বাহাল ৰােখ।
৫. এই ন੅ায়ালেয় ওপেৰাੵ ৠগাচৰসমূহত িনধਐাৰণ কৰা িবিধসমূহ ਜ਼েয়াগ কিৰ উઔ
ন੅ায়ালেয় এই মত ਜ਼দান কেৰ ৠয নািছਐং সহায়কসকলৰ নািছਐং ভাતা ਜ਼ত੅াখ੅ান কৰাৰ
ৠ੾੕ত িশ੾াগত অহਐ তা এক িভি হ'ব ৠনাৱােৰ।বতਐ মানৰ ৠগাচৰেটাত সংি নািছਐং
সহায়কসকলক 'িচিকৎসালয়ৰ ৠৰাগী ষাৰ ভাતা' পিৰেশাধ কৰা ৡহেছ।িবএছএফৰ
নািছਐং সহায়কসকলৰ াফ নাছਐ িহচােপ িনযুিੵৰ বােব ਜ਼েয়াজনীয় অিভઝতা নাই বা
াফ নাছਐ িহচােপ িনযুিੵৰ বােব ৠতওঁেলাকৰ ৠকােনা িশ੾াগত অহਐ তা নাই। ৠসেয়েহ, নািছਐং সহায়কসকলক াফ নাছਐৰ ৡসেত তু লনা কিৰব ৠনাৱািৰ িকয়েনা দুেয়াটা প੾ই
পৃথক িশ੾াগত অহਐ তা বহন কেৰ। এই ৠ੾੕ত, উઔ ন੅ায়ালেয় অসম
ৰাইফলছ/িবএছএফত কমਐৰত নািছਐং এিচে সকলক াফ নাছਐৰ সমতু ল੅ নািছਐং ভাતা
লাভৰ অিধকাৰী বুিল ধিৰ িনেদਐশ ਜ਼দান কিৰ ৰুতৰ ভু ল কিৰেছ।
৬. ওপৰৰ কথািখিনৰ ਜ਼িত ল੾੅ ৰািখ আৰু ওপৰত উে খ কৰা কাৰণত এই
আেবদনখন ੉হণ কৰা হয়। মহামান੅ এজনীয়া িবচাৰপীঠৰ লগেত উઔ ন੅ায়ালয়ৰ খ
িবচাৰপীেঠ মূল ৠলখ আেবদনকাৰী – নািছਐং সহায়কসকেল াফ নাছਐৰ সমতু ল੅ নািছਐং
ভাતা লাভ কৰাৰ অিধকাৰী হ’ব বুিল ਜ਼দান কৰা ৰায় আৰু আেদশ ইয়াৰ াৰা
খািৰজ কৰা ৡহেছ।
ফল ৰূেপ, াফ নাছਐৰ সমতু ল੅ নািছਐং ভাતা দাবী কিৰ মহামান੅ এজনীয়া িবচাৰ পীঠৰ
আগত দািখল কৰা মূল ৠলখ আেবদনখন খািৰজ কৰা ৡহেছ। ৠসেয় বতਐ মানৰ
আেবদনখন ੉হণ কৰা ৡহেছ। ৠকােনা খৰচ আেৰাপ কৰা ন’হব। ........................................ৠজ.
[এম.আৰ. াহ] ........................................ৠজ.
[িচ.੫ ৰাজ মাৰ]
নতু ন িদ ী; জানুৱাৰী ১৬,২০২৩।
DISCLAIMER
"The translated
JUDGMENT
in vernacular language is meant for the restricted use of the litigant to understand it in his/her language and may not be used for any other purpose. For all practical and official purposes, the English version of the judgment shall be authentic and shall hold the field for the purpose of execution and implementation".
“ ানীয় ভাষাৈল অনূিদত এই ৰায় ৠগাচৰত জিড়ত প੾ই বুিজ ৠপাৱাৰ উে েশ੅
সীিমত ব੅ৱহাৰৰ বােবেহ। ইয়াৰ বােদ অন੅ ৠ੾੕ত অনূিদত ৰূপ ব੅ৱ ত নহ’ব।
সকেলা ব੅ৱহািৰক আৰু িবভাগীয় কামৰ লগেত ৰায়ৰ কাযਐকৰীকৰণ আৰু ৰূপায়নৰ
ৠ੾੕েতা এই ৰায়ৰ ইংৰাজী সং ৰণেটােৱই স੭ক িবেবিচত হ’ব।”
Translated by Jahnavi Gogoi